Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 134 >> 

1হে যিহোৱাৰ দাসসকল, তোমালোক, যিসকলে যিহোৱাৰ গৃহত ৰাতি থিয় হৈ তেওঁৰ পৰিচর্যা কৰি থাকা, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা;

2তোমালোকে পবিত্ৰস্থানৰ ফাললৈ নিজৰ নিজৰ হাত তুলি যিহোৱাৰ ধন্যবাদ কৰা।

3যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰক।


  Share Facebook  |  Share Twitter

 <<  Psalms 134 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran